Advertisment

Assamese

THUMB
Assamese

জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ

উন্নয়নৰ ফোঁপোলা স্বৰূপ! এখন জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে। কাণসাৰ নাই জনপ্ৰতিনিধিৰ। পকী দলং নিমাৰ্ণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। 
1 Min read
THUMB
Assamese

৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন। ৫৭ বছৰীয়া হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জন্মদিনত নিশা কেক কাটি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পৰিয়াল আৰু শুভাকাংক্ষীৰ সৈতে ওপজা দিন উদযাপন কৰে।
2 Min read
THUMB
Assamese

কি কি সামগ্ৰীৰ দাম কমিব?

আজি সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰে এই বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত কি কি সামগ্ৰীৰ দাম কমিব?
1 Min read
THUMB
Assamese

কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অভিলেখ সংখ্যক নৱমবাৰৰ বাবে দাখিল কৰিলে বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক ঐতিহাসিক আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
2 Min read
THUMB
Assamese

সদনত দাখিল ২০২৬-২৭ বৰ্ষৰ বাজেট

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে সদনত দাখিল কৰিলে ২০২৬-২৭ বৰ্ষৰ বাজেট। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নৱমবাৰৰ বাবে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। ৭.৮ লাখ কোটি টকাৰ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। 
2 Min read
India_Budget_71146
Live
Assamese

কি কি আছে ২০২৬ৰ বাজেটত?

১১ বজা লগে লগে ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত নৱমবাৰৰ বাবে দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ। কি কি আছে ২০২৬ৰ বাজেটত?
THUMB
Assamese

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ সুনেত্ৰা পাৱাৰৰ

মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে সুনেত্ৰা পাৱাৰে। বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পত্নী সুনেত্ৰা পাৱাৰে লোক ভৱনত মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে পাঠ কৰিলে শপতবাক্য।
1 Min read
THUMB
Assamese

'কোন হৰ্ষ মান্দাৰ, মই চিনি নাপাওঁ'

‘হৰ্ষ মান্দেৰে মোৰ বিৰুদ্ধে গোচৰ দিছে নহয়, এতিয়া পাই যাব মজা’। হৰ্ষ মান্দাৰক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল বিশিষ্ট লেখক হৰ্ষ মান্দাৰে।
1 Min read
1
Assamese

জালুকবাৰীৰ পৰা কেনেকৈ নিৰ্বাচনত জয়ী হয় হিমন্ত বিশ্ব শৰ্মা? কি ক'লে অখিল গগৈয়ে-

মুখ্যমন্ত্ৰী যদি ইমানেই খিলঞ্জীয়া, মুখ্যমন্ত্ৰীৰ যদি দম আছে তেনেহলে শিৱসাগৰত নিৰ্বাচন খেলক আৰু জিকি দেখুৱাওক। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ।
2 Min read
1
Assamese

বিজেপিত বঙহৰ যুঁজ! ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

টিকটকেন্দ্ৰিক বিতৰ্কৰ ভয়ংকৰ ৰূপ! বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ২ পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। শোণিতপুৰৰ বৰছলা সমষ্টিত এইবাৰ বিজেপিৰ মাজত বঙহৰ যুঁজ। বিধায়কৰ উপস্থিতিতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত গুৰুলাগুৰুলকৈ প্ৰহাৰ দলীয় কৰ্মীক। 
2 Min read
Advertisment