Advertisment

Assamese

Thumb
Assamese

IPL নিলামত কোটিপতি আকিব নবি দাৰ

IPL নিলামত কোটিপতি হ'ল আকিব নবি দাৰ। দিল্লী কেপিটেলছে ৮.৪০ কোটি টকাত ক্ৰয় কৰাৰ লগে লগে দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আকিব নবি। ঘৰুৱা ক্ৰিকেটত কৰা আকৰ্ষণীয় প্ৰদৰ্শনৰ পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল জম্মু-কাশ্মীৰৰ ক্ৰিকেটাৰগৰাকী। 
2 Min read
Thumb
Assamese

কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম

SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। মৃত্যু, অন্য ঠাইলৈ স্থানান্তৰিত ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন নিৰ্বাচন আয়োগৰ। 
2 Min read
Thumb
Assamese

বিশ্বৰ ভিতৰত কিমান শক্তিশালী ভাৰত? প্ৰকাশ পালে ক্ষমতাশালী দেশৰ তালিকা

প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বৈদেশিক নীতি, অৰ্থনৈতিক সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হয় এই তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত আমেৰিকাই তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ লগতে তালিকাৰ ১২নং স্থানত আছে ভাৰত।
2 Min read
Thumb
Assamese

ধিঙত আজিও চলিল প্ৰশাসনৰ বুলড'জাৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান।  দ্বিতীয় দিনাও নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে ধিঙত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল। 
2 Min read
Thumb
Assamese

এগৰাকী অশীতিপৰ বৃদ্ধাৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ

বয়সে হাৰ নমনা ১২০ বছৰীয়া এগৰাকী বৃদ্ধা। নর্মদা দেৱী নামৰ অশীতিপৰ বৃদ্ধাগৰাকীৰ কাহিনী শুনিলে চকু সেমেকি উঠিব আপোনাৰো। কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই বৃদ্ধাগৰাকীক লাগে কিছু চৰকাৰী সুবিধা, থাকিবলৈ লাগে এটা চৰকাৰী পকীঘৰ। 
2 Min read
Thumb
Assamese

IPL ২০২৬ৰ নিলামত টকাৰ বৰষুণ

IPL ২০২৬ৰ নিলামত অভিলেখ অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ কেমেৰণ গ্ৰীণৰ। IPL ইতিহাসৰ আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈৰূপে পৰিগণিত হ'ল গ্ৰীণ। আবুধাবিত আজি অনুষ্ঠিত নিলামত ২৫.২০ কোটি টকাত KKR-এ ক্ৰয় কৰিলে গ্ৰীণক। 
2 Min read
Thumb
Assamese

লজ্জাজনক! সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ

ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। সম্পৰ্কীয় নাবালিকাৰে অপকৰ্ম ৬০ ঊৰ্ধ্বৰ গোপীনাথ উপাধ্যায়ৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পট গোপীনাথক POSCO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি প্ৰেৰণ জে’ললৈ। 
2 Min read
Thumb
Assamese

বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান!

নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।
2 Min read
Thumb
Assamese

নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়। 
1 Min read
THUMB
Assamese

কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ

বিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান।
2 Min read
Advertisment