Assamese বুলড'জাৰ নহয়, কোৰ বেলচাৰে চলিল উচ্ছেদ অভিযান! নগাঁৱৰ ধিঙত চলিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বুলড'জাৰ নহয় এইবাৰ কোৰ বেলচা লৈ উচ্ছেদ চলালে প্ৰশাসনে। ৪ দিনীয়াকৈ চলিব লগা এই উচ্ছেদ অভিযানত ২৩০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ।
Assamese নাৱত উঠি ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে পাঁচটাকৈ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে ২০ ডিচেম্বৰৰ বিয়লি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ-ছাত্ৰীৰে কৰিব মত বিনিময়।
Assamese কোলাত কেঁচুৱা লৈ পাঠদান এগৰাকী শিক্ষয়িত্ৰীৰ বিনা বেতনে বছৰৰ পিছত বছৰ ধৰি কণ কণ শিক্ষাৰ্থীসকলক জ্ঞানৰ পোহৰ বিলাই গৈছে ধেমাজিৰ জোনাই এগৰাকী শিক্ষয়িত্ৰীয়ে। দেশৰ ভৱিষ্যৎ স্বৰূপ শিশুসকলক দিছে শিক্ষাৰ জ্ঞান।
Assamese চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।
Assamese বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা? আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব।
Assamese মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতি! মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিত দুৰ্নীতিৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনিৰ অধীনত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ আছু আৰু ৰাইজৰ। অতি নিম্ন পৰ্যায়ৰ কামেৰে পথ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।
Assamese অভাৱনীয়ভাৱে হ্ৰাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু। পূৰ্বে নাও চলাচল কৰা ঠাইত এতিয়া ব্ৰহ্মপুত্ৰৰে চলিছে দুচকীয়া, চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, ঘোঁৰাৰ গাড়ী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ অভাৱনীয়ভাৱে হ্ৰাস। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত চিন্তিত হৈ পৰিছে নৈপৰীয়া-প্ৰকৃতিপ্ৰেমী।
Assamese আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি। কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হত্যাৰ গোচৰৰ শুনানি। প্ৰথমটো শুনানিত ভাৰ্চুৱেলী হাজিৰ কৰা হ’ব জুবিন হত্যাৰ গোচৰৰ ৭ অভিযুক্তক।
Assamese পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা। ছিডনীত পাকিস্তানমূলৰ পিতা–পুত্রই সংঘটিত কৰিলে পহলগামৰ দৰে ভয়ংকৰ আক্ৰমণ। ছিডনীৰ গুলীচালনাত নিহতৰ সংখ্যা ১৬লৈ বৃদ্ধি।
Assamese পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে? দেশ জোকৰা জম্মু-কাশ্মীৰৰ পহলগাম কাণ্ডৰ চাৰ্জশ্বীট দাখিল। বাইচৰণ ভেলীত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক কোনে সহায় কৰিছিল? অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ পিছত এই চাৰ্জশ্বীটতে সমাপ্ত নেকি পহলগাম কাণ্ডৰ তদন্ত?