Assameseবাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীয়ে পালে চৰকাৰী নিযুক্তি?চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৪৩৭৪ গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। খানাপাৰাৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।Mrinmoy Talukdar Jan 09, 2026 17:03 ISTFile Photo 1/6বাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীকে পালে চৰকাৰী নিযুক্তি? 2/6বছৰটোৰ আৰম্ভণিতে পুনৰ চৰকাৰী নিযুক্তি ৰাজ্য চৰকাৰৰ 3/6ADREৰ চতুৰ্থ বৰ্গৰ ৪৩৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদানAdvertisment 4/6খানাপাৰাৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হয় নিযুক্তি প্ৰদান অনুষ্ঠান 5/6নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6/6নিযুক্তি পত্ৰ প্ৰদান কৰাসকলক দুৰ্নীতিক প্ৰশ্ৰয় নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰAdvertismentAdvertisment Read the Next Article