Advertisment

পুনৰ ৬৩৪৭ গৰাকীলৈ চৰকাৰী নিযুক্তি অসম চৰকাৰৰ

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ চৰকাৰী নিযুক্তি। ADREৰ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক প্ৰদান নিযুক্তি-পত্ৰ। সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 File Photo
File Photo
Advertisment
Advertisment