Assamese২৬ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব নিশ্চিত হ’ল এজন বিজেপি নেতাৰ’২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে বিজেপিৰ একুৰিৰো অধিক মন্ত্ৰী-বিধায়কে। কিন্তু এই মন্ত্ৰী-বিধায়কৰ মাজতে আছে এজন ভাগ্যশালী। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ’২৬ৰ প্ৰাৰ্থিত্ব নিশ্চিত হ’ল বিজেপিৰ এজন নেতাৰ। পিছে কোন এইজন ভাগ্যশালী বিজেপি নেতা? DY365 Sep 06, 2025 17:01 ISTভিডিঅ'ত বিস্তৃত তথ্য’২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে বিজেপিৰ একুৰিৰো অধিক মন্ত্ৰী-বিধায়কে।Advertismentকিন্তু এই মন্ত্ৰী-বিধায়কৰ মাজতে আছে এজন ভাগ্যশালী। নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ’২৬ৰ প্ৰাৰ্থিত্ব নিশ্চিত হ’ল বিজেপিৰ এজন নেতাৰ। পিছে কোন এইজন ভাগ্যশালী বিজেপি নেতা? ’২৬ৰ অসম বিধানসভা নিৰ্বচনলৈ মাজত আৰু কেইটামান মাহ বাকী। ইতিমধ্যেই নিৰ্বাচনৰ বাবে ৰণনীতি যুগুত কৰাত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দল। বিজেপিৰ নেতা-মন্ত্ৰীৰ মাজত ক্ষণ গণনা আৰম্ভ হোৱাৰ সময়তে ১২৬টা সমষ্টিৰ ভিতৰত প্ৰথমগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কেৱল প্ৰাৰ্থিত্ব ঘোষণা কৰাই নহয়, ভোটো বিচাৰিলে মুখ্যমন্ত্ৰীয়ে। Read the Next Article