Advertisment

শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি

হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আশাৰ খবৰ। পুনৰ হাজাৰ হাজাৰ খালী পদত আৱেদনৰ সুযোগ। অসম আৰক্ষীত চাকৰি কৰাৰ সপোন হ’ব পূৰণ। ২ হাজাৰতকৈও অধিক খালী পদত কৰিব পাৰিব আৱেদন।

 File Photo
File Photo
Advertisment
Advertisment