Assameseঅটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰৰাজপথতেই অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ। বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ শোধালে এগৰাকী অটোৰিক্সা চালকক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'। বিজেপি বিধায়কে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কংগ্ৰেছৰ। Mrinmoy Talukdar Dec 23, 2025 14:04 ISTFilephoto 1/6ৰাজপথতেই অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ 2/6বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ শোধালে এগৰাকী অটোৰিক্সা চালকক 3/6ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'Advertisment 4/6মুম্বাইৰ ঘাটকোপাৰ ইষ্টৰ বিজেপি বিধায়ক হৈছে পৰাগ শ্বাহ 5/6বিজেপি বিধায়কে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কংগ্ৰেছৰ 6/6নিয়ম উলংঘা কৰা লোকক শাস্তি দিয়াৰ কৰ্তৃত্ব বিধায়কক কোনে দিলে বুলিও প্ৰশ্নAdvertismentAdvertisment Read the Next Article