Advertisment

ধন উপাৰ্জনত বিজেপিৰ অভিলেখ! ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা

ধন উপাৰ্জনত ভাৰতীয় জনতা পাৰ্টীৰ অভিলেখ। ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা। দেশৰ ৰাজনৈতিক দলসমূহৰ ভিতৰত সৰ্বাধিক ৮৫% উপাৰ্জন বিজেপিৰ। Association For Democratic Reformত প্ৰকাশ পাইছে এই তথ্য।

 ধন উপাৰ্জনত বিজেপিৰ অভিলেখ! ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা
Advertisment
Advertisment