Advertisment

সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ

সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান! নৱবৰ্ষক আদৰণিৰ নামত সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। হাতত ব্ৰেথ এনালাইজাৰ লৈ অভিযানত নামিছে আৰক্ষী। নিশা জনতা ভৱনৰ সন্মুখত দিছপুৰ আৰক্ষীৰ অভিযান।

 Filephoto
Filephoto
Advertisment
Advertisment