Advertisment

পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে?

পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে? পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজন বাৰু কিমান সম্পত্তিৰ অধিকাৰী? ৭.৫ কোটি টকাৰে মুম্বাইৰ বাসিন্দা ভাৰত জৈন হৈছে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী।

 File Photo
File Photo
Advertisment
Advertisment