Assameseডোনাল্ড ট্ৰাম্পৰ U-Turn। সুৰ সলনি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি।হঠাৎ নৰম হৈছে ভাৰতৰ বিৰুদ্ধে কঠোৰ শুল্কনীতি গ্ৰহণ কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দুটা দিন পূৰ্বে নতুন দিল্লীৰ বিৰুদ্ধে দ্বিতীয় কিম্বা তৃতীয় স্তৰত ছেংশ্যন লগোৱাৰ ইংগিত দিয়া ট্ৰাম্পৰ এইবাৰ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীক। DY365 Sep 07, 2025 14:19 ISTহঠাৎ নৰম হৈছে ভাৰতৰ বিৰুদ্ধে কঠোৰ শুল্কনীতি গ্ৰহণ কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দুটা দিন পূৰ্বে নতুন দিল্লীৰ বিৰুদ্ধে দ্বিতীয় কিম্বা তৃতীয় স্তৰত ছেংশ্যন লগোৱাৰ ইংগিত দিয়া ট্ৰাম্পৰ এইবাৰ প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীক।Advertismentবিপৰীতে মাৰ্কিন বাণিজ্য সচিব হৱাৰ্ড লুটনিকে নতুন দিল্লীক দিছে কেতবোৰ কঠোৰ চৰ্ত। Read the Next Article