Assameseপিতৃ অসুস্থ, আছে ভেন্টিলেচনত, ঘৰমুৱা হ'ল ষ্টাৰ ক্ৰিকেটাৰ‘Must-win’ মেচৰ পূৰ্বে সংকটত টীম ইণ্ডিয়া। আধাতেই অনুশীলন সামৰি ঘৰমুৱা হ'ল ষ্টাৰ ক্ৰিকেটাৰ ৰিংকু সিং। জানিব পৰা মতে 4th ষ্টেজ কেন্সাৰত আক্ৰান্ত ৰিংকু সিঙৰ পিতৃ। যাৰ বাবে চেন্নাইৰ পৰা উত্তৰ প্ৰদেশৰ আলিগড়লৈ উৰা মাৰিছে তাৰকা ক্ৰিকেটাৰগৰাকী।Mrinmoy Talukdar Feb 25, 2026 12:24 IST 1/5‘Must-win’ মেচৰ পূৰ্বে সংকটত টীম ইণ্ডিয়া 2/5আধাতেই অনুশীলন সামৰি ঘৰমুৱা হ'ল ষ্টাৰ ক্ৰিকেটাৰ ৰিংকু সিং 3/5জানিব পৰা মতে 4th ষ্টেজ কেন্সাৰত আক্ৰান্ত ৰিংকু সিঙৰ পিতৃAdvertisment 4/5অসুস্থ ৰিংকু সিঙৰ পিতৃক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত 5/5যাৰ বাবে চেন্নাইৰ পৰা উত্তৰ প্ৰদেশৰ আলিগড়লৈ উৰা মাৰিছে তাৰকা ক্ৰিকেটাৰগৰাকী Read More AdvertismentAdvertisment Read the Next Article