Assameseবিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!ৰাজ্যবাসীক বছৰৰ শেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ। ২৬ত বিজেপিক জিকাই দিলে বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ। Mrinmoy Talukdar Dec 31, 2025 13:36 ISTFile Photo 1/5চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ 2/5এটকাও নিদিয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব এই তিনি সামগ্ৰী 3/5ৰাজ্যবাসীক বছৰৰ শেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়েAdvertisment 4/5১ তাৰিখৰ পৰা ১০০ টকাতে পাব দাইল, চেনী আৰু নিমখ 5/5২০২৬ত বিজেপিক জয়ী কৰোৱালে বিনামূল্যে পাব দাইল, চেনী আৰু নিমখAdvertismentAdvertisment Read the Next Article