Assameseকাউণ্ট ডাউন আৰম্ভ। ১০ ছেপ্টেম্বৰত ৰাজনীতিৰ মেগা ব্লক ব্লাষ্টাৰ। গৌৰৱ গগৈয়ে ক’লে- ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। ১০ ছেপ্টেম্বৰত কি হ’ব এই চৰ্চা অব্যাহত থকাৰ সময়তে গৌৰৱ গগৈয়ে ক’লে ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা। বিষয়টোত সুৰ সলনি হৈছে বিজেপিৰ। DY365 Sep 07, 2025 13:52 ISTগৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। ১০ ছেপ্টেম্বৰত কি হ’ব এই চৰ্চা অব্যাহত থকাৰ সময়তে গৌৰৱ গগৈয়ে ক’লে ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা। বিষয়টোত সুৰ সলনি হৈছে বিজেপিৰ।AdvertismentAdvertismentAdvertisment Read the Next Article