Assameseৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি! যুৱ মৰ্চা, অসম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদউত্তপ্ত ৰাজীৱ ভৱনৰ সন্মুখভাগ। বিজেপি যুৱমৰ্চা আৰু অসম যুৱ পৰিষদৰ কংগ্ৰেছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। দিল্লীৰ AI ছামিটত যুৱ কংগ্ৰেছীৰ কাণ্ডক লৈ এই প্ৰতিবাদ। Mrinmoy Talukdar Feb 21, 2026 17:20 IST 1/6ৰাজীৱ ভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি 2/6বিজেপি যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ 3/6দিল্লীৰ AI সন্মিলনত যুৱ কংগ্ৰেছীৰ প্ৰতিবাদৰ পাৰ্শ্বক্ৰিয়াAdvertisment 4/6শ শ প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে ৰাজীৱ ভৱনৰ সন্মুখৰ পৰিৱেশ 5/6কংগ্ৰেছ গ'বেক, ৰাহুল গান্ধী হাটাও শ্ল'গানেৰে উত্তাল প্ৰতিবাদ 6/6বিশ্বৰ সন্মুখত ভাৰতক যুৱ কংগ্ৰেছীয়ে লজ্জানত কৰাৰ অভিযোগAdvertismentAdvertisment Read the Next Article