Advertisment

BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ।

BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। হাগ্ৰামাৰ হেলিকপ্টাৰত তেল ভৰাবলৈ ধন নাই যদিও প্ৰমোদে হাগ্ৰামাৰ সম্পত্তিৰ তালিকাক লৈ পুনৰ প্ৰশ্ন তুলিছে।

BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। 

Advertisment

হাগ্ৰামাৰ হেলিকপ্টাৰত তেল ভৰাবলৈ ধন নাই যদিও প্ৰমোদে হাগ্ৰামাৰ সম্পত্তিৰ তালিকাক লৈ পুনৰ প্ৰশ্ন তুলিছে।

শপতনামাত সম্পত্তিৰ তথ্যত কোটিপতি হাগ্ৰামাৰ সম্পত্তি সন্দৰ্ভত আধ্যাত্মিক দৰ্শন UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ। 

২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব BTR নিৰ্বাচন।

৪০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত ক্ৰমাত আকৰ্ষণীয় হৈ উঠিছে প্ৰাক্তন BTC চীফ হাগ্ৰামা মহিলাৰী আৰু বৰ্তমানৰ BTCৰ মুৰব্বী প্ৰমোদ বড়োৰ বাকযুদ্ধ।

Advertisment

Advertisment
Advertisment