Assameseভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপঅসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে। কাৰণ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব লাখ লাখ মিঞা মুছলমানৰ নাম। মুখ্যমন্ত্ৰীৰ হিচাপ মতে অসমত ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট।Mrinmoy Talukdar Jan 27, 2026 14:37 ISTFile Photo 1/9ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব? 2/9হিচাপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3/9ভোটাৰ তালিকাৰ পৰা লাখ লাখ মিঞা মুছলমানৰ নাম হ’ব কৰ্তনAdvertisment 4/9মুখ্যমন্ত্ৰীৰ হিচাপ মতে ৪-৫ লাখ মিঞাই দিব নোৱাৰিব ভোট 5/9SIRত লাখ লাখ মিঞাৰ নাম কৰ্তন হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 6/9নাম কৰ্তন হোৱা মিঞাই ভোট দিব লাগিব বাংলাদেশত 7/9অসমত কোনো কাৰণতে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব মিঞা মুছলমানে 8/9SRৰ দ্বাৰা কষ্ট পাইছে মিঞাসকলে, মিঞাক কষ্ট দিয়াই আমাৰ কাম 9/9‘মিঞাক কষ্ট দি নাথাকিলে আৰু অধিক আগ্ৰাসন কৰিব’AdvertismentAdvertisment Read the Next Article