Assamese'দম আছে যদি DC, ADCক লৈ আহ'! গৰুখুঁটিত খিলঞ্জীয়াক ভাবুকিগৰুখুঁটিত খিলঞ্জীয়াক হুংকাৰ। DC, ADCক লৈ আহিবলৈ সন্দেহজনক বেদখলকাৰীৰ হুংকাৰ। প্ৰকল্পৰ খেতি সন্দেহজনক লোকে হস্তক্ষেপ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।Mrinmoy Talukdar Jan 18, 2026 19:35 ISTFile Photo 1/6গৰুখুঁটিত সন্দেহজনক বেদখলকাৰীৰ দাদাগিৰি 2/6DC, ADCক লৈ আহিবলৈ খিলঞ্জীয়াক হুংকাৰ 3/6প্ৰকল্পৰ খেতি সন্দেহজনক লোকে হস্তক্ষেপ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰAdvertisment 4/6সন্দেহজনক বেদখলকাৰীয়ে টহিলং কৰিছিল প্ৰকল্পৰ খেতি 5/6বাধা দিবলৈ যাওতে প্ৰকল্পৰ কৃষকক ধমক দিয়ে বেদখলকাৰীয়ে 6/6'দম আছে যদি DC, ADCক লৈ আহ' বুলি খিলঞ্জীয়াক হুংকাৰ Read More AdvertismentAdvertisment Read the Next Article