Advertisment

বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড

২৫ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ মেচ। ভাৰত-নিউজিলেণ্ড টি-২০ শৃংখলাৰ তৃতীয়খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। ১ জানুৱাৰীৰ পৰা BookMyShowৰ জৰিয়তে উপলব্ধ হ’ব টিকট।

 File Photo
File Photo
Advertisment
Advertisment