Advertisment

ছেমিফাইনেলৰ মহাৰণ, সমুখসমৰত ভাৰত-ইংলেণ্ড

টি-২০ বিশ্বকাপত আজি ছেমিফাইনেলৰ মহাৰণ। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আজি দ্বিতীয়খন ছেমিফাইনেল। দ্বিতীয়খন ছেমিফাইনেল ভাৰতৰ মুখামুখি হ'ব ইংলেণ্ড। ৱাংখেড়েত আজি হাইস্কৰিং খেল হোৱাৰ পূৰ্ণ সম্ভাৱনা।

 ছেমিফাইনেলৰ মহাৰণ, সমুখসমৰত ভাৰত-ইংলেণ্ড
Advertisment
Advertisment