Advertisment

অথলে গ'ল কোহলীৰ শতক, ভাৰতৰ মাটিত প্ৰথমটো এদিনীয়া শৃংখলা জয় নিউজিলেণ্ডৰ

অথলে গ'ল বিৰাট কোহলীৰ বিস্ফোৰক শতক। ইন্দোৰৰ তৃতীয় এদিনীয়াত ৪১ ৰানত পৰাস্ত টীম ইণ্ডিয়া। ৩৩৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ২৯৬ ৰানত অল আউট শুভমন গিল বাহিনী।

 File Photo
File Photo
Advertisment
Advertisment