Assameseদুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰগুৱাহাটীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ১০৮ৰ খু্ন্দাত মৃত্যু এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিল।Mrinmoy Talukdar Jan 23, 2026 19:28 ISTFile Photo 1/5গুৱাহাটীৰ কাহিলিপাৰাত ১০৮ৰ খু্ন্দাত মৃত্যু যুৱতীৰ 2/5মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ 3/5লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিলAdvertisment 4/5দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল যুৱতীগৰাকীৰ 5/5কিন্তু নিমিষতে সকলো সপোন শেষ হৈ গ'ল লুনা ভৰদ্বাজৰAdvertismentAdvertisment Read the Next Article