Advertisment

চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম!

চিটীবাছৰ অতপালিৰ বাবে জনতাই আৰু দুৰ্ভোগ ভুগিব নালাগে। মহানগৰীৰ চিটীবাছত আহিল জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। ৰাজপথত দ্ৰুতবেগেৰে চিটীবাছ চলালেই বিপদত পৰিব চালক। লগতে নিৰ্দিষ্ট ষ্টপেজতহে এক মিনিটৰ বাবে চালকে চিটীবাছ ৰখাব পাৰিব।

 Filephoto
Filephoto
Advertisment
Advertisment