Assameseবৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰ১,২৫০ নহয় ৰাজ্যৰ লাখ লাখ মহিলাই পাব ৩,০০০কৈ টকা। ৰাইজৰ দলৰ চৰকাৰ হ'লেই বৃদ্ধি পাব অৰুণোদয়ৰ ধন। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে প্ৰতিশ্ৰুতি। Mrinmoy Talukdar Jan 04, 2026 19:48 ISTFile Photo 1/5ৰাইজৰ দলৰ চৰকাৰ হ'লে বৃদ্ধি পাব অৰুণোদয়ৰ ধন 2/5১,২৫০ নহয় ৩,০০০কৈ পাব লাখ লাখ মহিলাই 3/5নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে প্ৰতিশ্ৰুতিAdvertisment 4/5ৰাইজৰ দলৰ চৰকাৰ হ'লে অৰুণোদয়ৰ ধন তিনি হাজাৰকৈ দিয়াৰ ঘোষণা 5/5চৰকাৰ সলনি হ'লেও অৰুণোদয় আঁচনি বন্ধ নহয় বুলি আশ্বাসAdvertismentAdvertisment Read the Next Article