Advertisment

১৫ লাভ ভোটত পৰাস্ত হ’ব ৰকিবুল হুছেইন, চেলেঞ্জ আজমলৰ

অহাবাৰ লোকসভা নিৰ্বাচনত ১৫ লাখ ভোটত হাৰিব ৰকিবুল হুছেইন। ধুবুৰীৰ জনতাই বিদায় দিব ৰকিবুলক। ধুবুৰীত ৰকিবুল হুছেইনক ডাঙৰ চেলেঞ্জ দিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে।

 ১৫ লাভ ভোটত পৰাস্ত হ’ব ৰকিবুল হুছেইন, চেলেঞ্জ আজমলৰ
Advertisment
Advertisment