Assameseনিৰ্বাচনলৈ সাজু! প্ৰকাশ পালে ৰাইজৰ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা'২৬ৰ নিৰ্বাচনলৈ সাজু ৰাইজৰ দল । ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । ১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ। বৰ্তমানলৈ অখিল গগৈ, শ্বেৰমান আলীৰ নাম ঘোষণা কৰা নাই ৰাইজৰ দলে।Mrinmoy Talukdar Mar 04, 2026 19:03 IST 1/5'২৬ৰ নিৰ্বাচনলৈ সাজু ৰাইজৰ দল 2/5ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা 3/5১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰAdvertisment 4/5মৰিয়নিত ৰাইজৰ দলৰ প্ৰাৰ্থী ড০ জ্ঞানশ্ৰী বৰা 5/5বৰ্তমানলৈ অখিল গগৈ, শ্বেৰমান আলীৰ নাম ঘোষণা কৰা নাই ৰাইজৰ দলে Read More AdvertismentAdvertisment Read the Next Article