Advertisment

বিশ্বকাপৰ মহাৰণ, হাইভল্টেজ মেচত আজি ভাৰতৰ সম্মুখত দক্ষিণ আফ্ৰিকা

টি-২০ বিশ্বকাপত আজি চুপাৰ ৮ৰ মহাৰণ। হাইভল্টেজ মেচত আজি ভাৰতৰ সম্মুখত দক্ষিণ আফ্ৰিকা। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন।

 বিশ্বকাপৰ মহাৰণ, হাইভল্টেজ মেচত আজি ভাৰতৰ সম্মুখত দক্ষিণ আফ্ৰিকা
Advertisment
Advertisment