Advertisment

ভয়ংকৰ, শোকাৱহ! বিমান দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যু

পুনৰ দেশ জোকাৰি ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৭জনকৈ লোকৰ মৃত্যু। ঝাৰখণ্ডৰ ছাট্ৰাৰ ছিমাৰিয়াত ভূপতিত এয়াৰ এম্বুলেঞ্চ। ৰাঁছিৰ পৰা দিল্লী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন।

 ভয়ংকৰ, শোকাৱহ! বিমান দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যু
Advertisment
Advertisment