Assameseআচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগকৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ। হাজাৰ হাজাৰ শিৱলিংগ থকা বাবে ইয়াৰ নাম সহস্ৰলিংগ। কৰ্ণাটকৰ ছিৰচিৰ পৰা ১৪ কিলোমিটাৰ নিলগত অৱস্থিত এই শালমালা নদীৰ জলপৃষ্ঠ কমি যোৱাৰ লগে লগেই ভক্তই দৰ্শন কৰিব পাৰে সহস্ৰলিংগ। Mrinmoy Talukdar Dec 23, 2025 14:17 ISTFilephoto 1/5শিৱ ভক্তৰ বাবে জনপ্ৰিয় তীৰ্থস্থান হৈছে কৰ্ণাটকৰ শালমালা নদীৰ পাৰৰ সহস্ৰলিংগ 2/5শালমালা নদীৰ পাৰৰ সহস্ৰলিংগত আছে আছে হাজাৰ হাজাৰ শিৱলিংগ 3/5কৰ্ণাটকৰ ছিৰচিৰ পৰা ১৪ কিলোমিটাৰ নিলগত অৱস্থিত শালমালা নদীAdvertisment 4/5নদীৰ জলপৃষ্ঠ কমি যোৱাৰ লগে লগেই ভক্তই দৰ্শন কৰিব পাৰে সহস্ৰলিংগ 5/5মহা শিৱৰাত্ৰিৰ সময়ত আৰু পৱিত্ৰ শাওন মাহত অসংখ্য ভক্তই ভিৰ কৰে সহস্ৰলিংগতAdvertismentAdvertisment Read the Next Article