Assameseবিজেপি-অগপৰ আসন বুজাবুজিক লৈ কোনো অসুবিধা নাই- মুখ্যমন্ত্ৰীবিজেপি, AGP, BPF আৰু UPPL দলৰ মাজত মিত্ৰতা হ'বই। অগপৰ লগতো আসন বুজাবুজিক লৈ আমাৰ কোনো অসুবিধা নাই। আমাৰ মাজত আসনক লৈ ঘৰুৱাভাৱেই আলোচনা হ'ব। NDAৰ আসন বুজাপৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।Mrinmoy Talukdar Jan 25, 2026 19:00 ISTFile Photo 1/6বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজিক লৈ কোনো অসুবিধা নাই 2/6বিজেপি, AGP, BPF আৰু UPPL দলৰ মাজত মিত্ৰতা হ'বই 3/6এইবাৰ নিৰ্বাচনত AGPৰ দখলত থকা আসনতো প্ৰতিদ্বন্দিতা কৰিব BJPয়েAdvertisment 4/6ঠিক একেদৰে বিজেপিৰ বিধায়ক থকা সমষ্টিও পাব AGPএ 5/6আমাৰ মাজত আসনক লৈ ঘৰুৱাভাৱেই আলোচনা হ'ব 6/6NDAৰ আসন বুজাপৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰAdvertismentAdvertisment Read the Next Article