Assameseকাৰ্বি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমান, ২ পাইলটৰ মৃত্যুকাৰ্বি আংলঙত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাগ্ৰস্ত ছুখই SU-30MK নামৰ যুঁজাৰু বিমানখন। দুৰ্ঘটনাস্থলীতে মৃত্যু বিমানখনত থকা স্কোৱাড্ৰন লিডাৰ অনুজ, সহ-পাইলট ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ ডুৰাগকাৰ। Mrinmoy Talukdar Mar 06, 2026 11:32 ISTFile Photo 1/5কাৰ্বি আংলঙত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত 2/5দুৰ্ঘটনাগ্ৰস্ত ছুখই SU-30MK নামৰ যুঁজাৰু বিমান 3/5দুৰ্ঘটনাস্থলীতে মৃত্যু বিমানখনত থকা দুই পাইলটৰAdvertisment 4/5নিহত স্কোৱাড্ৰন লিডাৰ অনুজ, সহ-পাইলট ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ ডুৰাগকাৰ 5/5ভাৰতীয় বায়ুসেনাই প্ৰকাশ কৰিছে দুয়োজনৰে পৰিচয় Read More AdvertismentAdvertisment Read the Next Article