Assameseআমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়াবিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। বিজেপিৰ টিকটক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য। Mrinmoy Talukdar Jan 23, 2026 19:58 ISTFile Photo 1/6বিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে 2/6কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা 3/6গতিকে ২৫ ফেব্ৰুৱাৰীৰ পাছতহে ঘোষণা হ'ব ৰাজ্যিক বিজেপিৰ প্ৰাৰ্থী তালিকাAdvertisment 4/6অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে 5/6আমি ৰাষ্ট্ৰীয় দল, নিৰ্দিষ্ট নীতি নিয়মৰ জৰিয়তেহে আমাৰ দল পৰিচালিত হয় 6/6বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্যAdvertismentAdvertisment Read the Next Article