Advertisment

কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?

লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৪৩গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি। নিযুক্তি পত্ৰ বিতৰণত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

 Filephoto
Filephoto
Advertisment
Advertisment