Assameseঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা। দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী।Mrinmoy Talukdar Jan 08, 2026 18:54 ISTFile Photo 1/5২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা 2/5দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 3/5ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল প্ৰাৰ্থীAdvertisment 4/5ঢকুৱাখনাত বিজেপিৰ প্ৰাৰ্থী হ'ব নৱ কুমাৰ দলে 5/5লখিমপুৰত বিজেপিৰ প্ৰাৰ্থী হ'ব মানৱ ডেকাAdvertismentAdvertisment Read the Next Article