Assameseকোনে কোনে লাভ কৰিব "এটি কলি দুটি পাত" আঁচনিৰ ধন?নৱবৰ্ষত ৰাজ্যবাসীলৈ পুনৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৫ জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয়, মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি "এটি কলি দুটি পাত" আঁচনি। Mrinmoy Talukdar Jan 11, 2026 16:32 ISTFile Photo 1/7নৱবৰ্ষত ৰাজ্যবাসীলৈ পুনৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2/7২৫ জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি 3/7অৰুণোদয়, মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি "এটি কলি দুটি পাত"Advertisment 4/7চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰে 5/7"এটি কলি দুটি পাত" আঁচনিৰ অধীনত বাগানৰ শ্ৰমিকে লাভ কৰিব ৫ হাজাৰকৈ টকা 6/7২৫ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন 7/7অসমৰ চাহ বাগিছাৰ ২০০ বছৰ সম্পূৰ্ণ হোৱা বাবে এই আঁচনি আনিছে ৰাজ্য চৰকাৰেAdvertismentAdvertisment Read the Next Article