Advertisment

কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে?

মানুহে মোক বদনাম কৰিবলৈ মোৰ নাম 'চুমা বাবা' দিছে। কিছুমানে কয়, অখিল গগৈয়ে মহিলা দেখিলে ৰব নোৱাৰি চুমা খাই। কিন্তু মই মহিলাসকলক খোৱা চুমাটো প্ৰেমিকাক খোৱা চুমা নহয়। 'চুমা বাবা' নামক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ।

 File Photo
File Photo
Advertisment
Advertisment