Advertisment

Bandita Saikia

Nitin nbain's bold push
Assamese

ডিব্ৰুগড়ৰ পৰা দিছপুৰ দখলৰ হুংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ।

ডিব্ৰুগড়ৰ পৰা দিছপুৰ দখলৰ হুংকাৰ বিজেপি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ। বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত অসমত নীতিন নবীন। দখলৰ হুংকাৰ বিজেপি সভাপতি নীতিন নবীনৰ।
2 Min read
Bihar cm
Top Stories

বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী!

বিহাৰত পুনৰ নীতিশ কুমাৰেই হ’ব মুখ্যমন্ত্ৰী। ‘নীতিশ কুমাৰৰ বাদে আৰু কোনো নেতা নাই’। সংবাদ মাধ্যমৰ আগত এই দাবী কৰিলে JD(U)ৰ নেতা শ্যাম ৰজকে ।
2 Min read
zubeen
Top Stories

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত

গুৱাহাটী| প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই মাজ আকাশত বাজি উঠিব ‘মায়াবিনী...’ গীত। ৰাষ্ট্ৰীয় বায়ু সেনা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ লাচিত ঘাটত বিশেষ প্ৰদৰ্শনী
2 Min read
coffee
Assamese

কফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত।

দুইৰ পৰা তিনি কাপ কফিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। আপুনি যদি সঠিক পদ্ধতিত কফি খায়, তেন্তে লিভাৰৰ ৰোগ যেনে লিভাৰ চিৰ'ছিছ আৰু লিভাৰ কেঞ্চাৰৰ আশংকা কমি যায়।
1 Min read
thumb
Assamese

এইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। নেপালৰ দৰেই নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত জ্বলিছে ফ্ৰান্সৰ ৰাজপথ। BLOCK EVERYTHING শীৰ্ষক শ্ল’গানেৰে ব্যাপক গণ বিক্ষোভ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ ওলাই আহিছে জনতা।
1 Min read
thumb
Assamese

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত বৃহৎ কেলেংকাৰী।

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী৷ ২০১৭ চনত মটৰমাহ বিতৰণৰ নামত কোনে চলাইছিল লুণ্ঠন ৰাজ? মটৰমাহ বিতৰণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত ৭ জন বিষয়া কৰ্মচাৰীক তলব CID ৰ।
1 Min read
Advertisment