Advertisment
Estafur Rahman

Estafur Rahman

iran
Assamese

তীব্ৰতৰ হ’ব ইৰান-ইজৰাইলৰ যুদ্ধ! আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ পুত্ৰৰ

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল নতুন নেতা কোন হ’ব। বহু অপেক্ষাৰ শেষত আয়াতুল্লাৰ পুত্ৰ মোজতাবা খামেনিক ইৰানৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়া হৈছে।
1 Min read
chattisgarh
Assamese

অবৈধ আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা!

ছত্তিশগড়ৰ দুৰ্গ জিলাত আফিং খেতি কৰি গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা। ঘটনা পোহৰলৈ অহাৰ লগে লগে বিজেপিয়ে তাৎক্ষণিকভাৱে বিজেপি নেতাগৰাকীক দলৰ পৰা নিলম্বন কৰিলে।
2 Min read
zubeen garg
Assamese

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এখন বিহু সন্মিলনে ল'লে ডাঙৰ সিদ্ধান্ত

অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্য়ৰ এখন বিহু সন্মিলনে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত। চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত।
2 Min read
kalaigaon
Assamese

ইফটাৰৰ সুযোগ বুজি চোৰে চলালে চাফাই অভিযান

চোৰে সৰ্বস্বান্ত কৰিলে এটা পৰিয়ালক। বিশ্বৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ চলি আছে পবিত্ৰ ৰমজান মাহ। এই ৰমজান মাহৰ সুযোগ বুজি ওদালগুৰি জিলাৰ কলাই গাঁৱৰ ১নং আমগুৰি গাঁৱৰ আটায়ুৰ ৰহমানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। 
1 Min read
international women's day
Assamese

আজি ৮ মাৰ্চ অৰ্থাৎ আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱস কেতিয়াৰ পৰা পালন কৰা হয় জানেনে ?

প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকৰ বাবে এই দিনটো কেৱল উদযাপনৰ দিন নহয়, লিংগ সমতা, নাৰীৰ অধিকাৰ, সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ অসাধাৰণ অৱদানক স্বীকৃতি দিয়াৰ দিন।
1 Min read
Gujrat
Assamese

কোন দিশে আজিৰ প্ৰজন্ম! মন্দিৰৰ বাথৰুমত উদ্ধাৰ দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ!

গুজৰাটৰ চুৰাটৰ স্বামীনাৰায়ণ মন্দিৰ কমপ্লেক্সৰ বাথৰুমৰ ভিতৰত দুগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰকলৈ সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
2 Min read
GARIMA SAIKIA GARG
Assamese

ন্যায়িক আয়োগত সাক্ষ্য দি বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ

শনিবাৰে প্ৰায় পাঁচ ঘণ্টা ধৰি ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰি অহাৰ পাছতেই এটাৰ পাছত এটা বিস্ফোৰক মন্তব্য কৰে জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গে।
2 Min read
silchar
Assamese

কাছাৰত ৩.২৫ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰীক আটক

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আন এক বৃহৎ সফলতা। এইবাৰ কাছাৰ আৰক্ষীৰ সফলতা। শিলচৰ-কালাইন পথৰ বৰুংগা অঞ্চলত চলোৱা এক অভিযানত প্ৰায় ৩ কোটি ২৫ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
1 Min read
nepal
Assamese

নতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তন

যুৱপ্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে নেপালৰ ৰাজনীতি! Gen Zৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। Gen Zৰ প্ৰতিবাদক নেতত্ব দিয়া বলেন শ্বাহ হ’ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী
2 Min read
hs assam exam
Assamese

বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’ব

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে উত্তীৰ্ণ হোৱাৰ ন্যূনতম নম্বৰৰ মান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত উত্তীৰ্ণ হ’বলৈ হ'লে ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব।
1 Min read
Advertisment