Assameseকংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ২৬ৰ নিৰ্বাচনত মিত্ৰতা হ'বনে? বিৰোধী ঐক্যত থাকিবনে অখিল গগৈৰ ৰাইজৰ দল? কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে বিচাৰে মিত্ৰতা। কংগ্ৰেছে মিত্ৰতা নকৰিলে সকলো সমষ্টিতে প্ৰাৰ্থী দিব ৰাইজৰ দলে। কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ মন্তব্য।DY365 Sep 09, 2025 12:44 ISTFilephotoৰাইজৰ দলক লগত ল’বনে কংগ্ৰেছে? কংগ্ৰেছে মিত্ৰতা নকৰিলে সকলো সমষ্টিতে প্ৰাৰ্থী দিব ৰাইজৰ দলে। কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ মন্তব্য। Advertismentআনহাতে মিত্ৰতাক লৈ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য- আমি মিত্ৰতাৰ পক্ষতে আছো। আমিও অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰো। এতিয়া প্ৰশ্ন হৈছে অখিল গগৈক লগত লৈ নে অখিল গগৈক বাদ দি গঠন হ'ব বিৰোধী ঐক্য? Read the Next Article