Advertisment

হাগ্ৰামাই ক’লে ছুইজাৰলেণ্ড কি?

২২ ছেপ্ৰেম্বৰত BTR নিৰ্বাচন। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ বড়োলেণ্ডত সৰৱ চৰ্চা ছুইজাৰলেণ্ডৰ। হাগ্ৰামাৰ প্ৰশ্ন ছুইজাৰলেণ্ড কি?

২২ ছেপ্ৰেম্বৰত অনুষ্ঠিত হ'ব BTR নিৰ্বাচন। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ। 

Advertisment

নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ বড়োলেণ্ডত সৰৱ চৰ্চা ছুইজাৰলেণ্ডৰ। হাগ্ৰামাৰ প্ৰশ্ন ছুইজাৰলেণ্ড কি? হাগ্ৰামাৰ প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে দিলে ছুইজাৰলেণ্ডৰ সংজ্ঞা।