Advertisment

কাউণ্টডাউন আৰম্ভ,  ১৪ ছেপ্টেম্বৰত সম্মুখসমৰত ভাৰত আৰু পাকিস্তান

এছিয়া কাপ মানেই ভাৰত আৰু পাকিস্তানৰ মাজৰ মহাৰণ। বিশ্ব ক্ৰিকেটৰ কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই মহাৰণখনলৈ। এইবাৰ এছিয়া কাপ অনুষ্ঠিত হ'ব টি-২০ ফৰ্মেটত। ১৪ ছেপ্টেম্বৰত এছিয়া কাপৰ এখন হাইভল্টেজ খেলত মুখামুখি হ'ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান।

 File Photo
File Photo

কাউণ্টডাউন আৰম্ভ,  ১৪ ছেপ্টেম্বৰত সম্মুখসমৰত ভাৰত আৰু পাকিস্তান

কাউণ্টডাউন আৰম্ভ। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বহুপ্ৰত্যাশিত এছিয়া কাপ। ১৪ ছেপ্টেম্বৰত এছিয়া কাপৰ এখন হাইভল্টেজ খেলত মুখামুখি হ'ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান। 

Advertisment

এছিয়া কাপ মানেই ভাৰত আৰু পাকিস্তানৰ মাজৰ মহাৰণ।

বিশ্ব ক্ৰিকেটৰ কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই মহাৰণখনলৈ। এইবাৰ এছিয়া কাপ অনুষ্ঠিত হ'ব টি-২০ ফৰ্মেটত। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া ইতিমধ্যেই প্ৰস্তুতি আৰম্ভ কৰিছে। UAEত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ এছিয়া কাপত ৮টাকৈ দলক দুটা গ্ৰুপ পৰ্যায়ত বিভক্ত কৰা হৈছে। GroupAত  ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ইক অন্তৰ্বভুক্ত কৰাৰ লগতে GroupBত অন্তৰ্ভুক্ত কৰা হৈছে বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, হংকঙক। 

উল্লেখ্য যে এছিয়া কাপৰ এদিনীয়া ফৰ্মেটত এইপৰ্যন্ত ভাৰত আৰু পাকিস্তানে ১৫ বাৰ মুখামুখি হৈছে। ইয়াৰে ৮ খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৫ খন মেচত জয়লাভ কৰিছে। বিপৰীতে দুখনকৈ খেল ফলাফল বিহীনভাৱে সমাপ্ত হৈছে।
আনহাতে এছিয়া কাপৰ টি-২০ ফৰ্মেটত ভাৰত আৰু পাকিস্তানে এইপৰ্যন্ত ৩ বাৰ মুখামুখি হৈছে।

য'ত ভাৰতে দুখন মেচত জয়নাভ কৰাৰ বিপৰীতে পাকিস্তানে এখন মেচত জয়লাভ কৰিছে।  ঘূৰি অহাৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ