Advertisment

Assam Police

GOALPARA ENCOUNTER
Assamese

দুৰ্গাপূজাৰ মাজতেই অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

এইবাৰ ডকাইতলৈ লক্ষ্য কৰি পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ! এইবাৰ গোৱালপাৰাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা।  আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিজনকৈ ডকাইত !
1 Min read
thumb
Assamese

গৌৰৱ গগৈ আমূল বেবী, আমাৰ লগত পাট্টা নাপায়ঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক এইবাৰ আমূল বেবী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আমূল বেবীয়ে আমাৰ লগত পাট্টা নাপায়'। 'যিয়ে নিজৰ আত্মা পাকিস্তানক বন্ধকত দিছে'।
1 Min read
THUMB
Assamese

অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী

'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। -হিমন্ত বিশ্ব শৰ্মাৰ।
1 Min read
NUPUR BORA
Assamese

চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰ, কিদৰে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে লেণ্ড জেহাদত জড়িত নূপুৰ বৰাই?

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু নামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯টা একাউণন্ট জব্দ।
3 Min read
game
Assamese

সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
2 Min read
Advertisment