International UN Human Rights Council urged to investigate violence in Bangladesh The UN's human rights office in Bangladesh(International) has been urged to investigate the deaths of three indigenous individuals in the Chittagong Hill Tracts.
Assamese আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী আজিৰ মহাঅষ্টমীৰ দিনা মা দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। প্ৰবাদমতে কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ লাভ কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী।
Assamese আজি শাৰদীয় দুৰ্গোত্সৱৰ মহাসপ্তমী। মহাসপ্তমীৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক পূজা কৰা হয়। প্ৰচলিত বিশ্বাস মতে সপ্তমী তিথিৰ পৰা আৰম্ভ হৈছিল মহিষাসুৰৰ লগত যুদ্ধ। মা কালৰাত্ৰীয়ে অসুৰক বধ কৰিছিল।
Assamese হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ'ল দুৰ্গা পূজা বা দুৰ্গোৎসৱ আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।