Advertisment

Assam

AUIDF
Assamese

অসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়ঃ ৰফিকুল ইছলাম

প্ৰবীণ ভাই টোগাড়িয়াক উভতি ধৰিলে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। 'অসমখন প্ৰবীণ ভাই টোগাড়িয়াৰ পৈতৃক সম্পত্তি নহয়, শীঘ্ৰে গ্ৰেপ্তাৰ কৰক প্ৰবীণ ভাই টোগাড়িয়াক। দ্বিতীয়বাৰ অসমলৈ আহিলে বিপদ হ'ব টোগাড়িয়াৰ'।
2 Min read
Advertisment