Advertisment

Assam

BPF
Assamese

BTCৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে BPFএ।

মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন লাভ কৰি একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিলে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে। BTC নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে BJP-UPPLএ।
1 Min read
Advertisment