Assameseদশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনিআজিৰে পৰা মুকলি হ'ল অসম চৰকাৰৰ 'প্ৰেৰণা' আঁচনি। এই আঁচনিৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানি। নৱেম্বৰৰ পৰা '২৬ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৩০০ টকাকৈ লাভ কৰিব জলপানি। Naba Gogoi Nov 28, 2025 12:27 ISTLaunched the Prerana scheme 1/8আজিৰে পৰা মুকলি হ'ল অসম চৰকাৰৰ 'প্ৰেৰণা' শীৰ্ষক আঁচনি 2/8এই আঁচনিৰ অধীনত দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানি 3/8নৱেম্বৰৰ পৰা '২৬ৰ ফেব্ৰুৱাৰী পৰ্যন্ত ৩০০ টকাকৈ লাভ কৰিব জলপানিAdvertisment 4/8অৱশ্যে প্ৰতিগৰাকী শিক্ষাৰ্থী হ'ব লাগিব মেট্ৰিকৰ পৰীক্ষাৰ্থী 5/8মেট্ৰিকত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰপত্ৰ পূৰণ কৰাসকলক সামৰি ল'ব এই আঁচনিয়ে 6/8CBSEৰ দ্বাৰা পৰিচালিত আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীকো ল'ব সামৰি 7/8মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে 'প্ৰেৰণা' আঁচনি 8/8শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগুAdvertismentAdvertisment Read the Next Article