Advertisment
Naba Gogoi

Naba Gogoi

WhatsApp Image 2025-12-16 at 2.03.19 PM
Assamese

চকু কপালত... প্ৰায় ডেৰ ফুট দীঘল এপাত জোতা

এপাত জোতাক লৈ নাহৰকটীয়াত কৌতুহল। প্ৰায় ডেৰ ফুট দীঘল জোতাপাতক লৈ নাহৰকটীয়াৰ জাগুণত চাঞ্চল্য। একাংশৰ দাবী এয়া ৰজাদিনীয়া জোতা। জাগুণৰ ৰাকেশ দাসে ভাতৃৰ সৈতে সোমবাৰে বুঢ়ীদিহিং নৈত বালি খনন কৰি থকা অৱস্থাত উদ্ধাৰ হয় লেডাৰৰ এই প্ৰকাণ্ড জোতাপাত।
1 Min read
WhatsApp Image 2025-12-16 at 1.49.13 PM
Assamese

বিনিময় প্ৰথা চাবলৈ হ'লে যাব লাগিব জাগীৰোডলৈ... কেতিয়া হ'ব জোনবিল মেলা?

আকৌ আহিল জোনবিল মেলা। মধ্য অসমৰ তিৱাসকলৰ অন্যতম সাংস্কৃতিক পৰম্পৰা ঐতিহাসিক জোনবিল মেলা অহা ২২, ২৩ আৰু ২৪ জানুৱাৰীত জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব। 
2 Min read
WhatsApp Image 2025-12-15 at 10.57.08 AM
Assamese

মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক

সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি মুছলমান যুৱকৰ দুঃসাহসিকতা। সাহসী আহমদ আল আহমদে প্ৰাণ ৰক্ষা কৰিলে শ শ লোকৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰত আহমদৰ বীৰত্ব।
WhatsApp Image 2025-12-13 at 3.15.13 PM
Assamese

মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।
1 Min read
WhatsApp Image 2025-12-13 at 1.05.39 PM
Assamese

মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

অহা ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।
1 Min read
WhatsApp Image 2025-12-13 at 12.34.06 PM
Assamese

পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়

পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।
WhatsApp Image 2025-12-13 at 12.17.42 PM
Assamese

গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত

ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।
1 Min read
WhatsApp Image 2025-12-07 at 12.01.16 PM
Assamese

পবিতৰাত এতিয়া দৃষ্টিনন্দন শোভা... কলৰৱ আলহী পক্ষীৰ

যাদু নগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন শোভা। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যলৈ আগমন ঘটিছে আলহী পক্ষীৰ। সমান্তৰালকৈ গঁড়, ম'হ, গাহৰিৰ লগতে অন্য জীৱ-জন্তুৰ দৃষ্টিনন্দন শোভাই আকৰ্ষিত কৰিছে পৰ্যটকক।
1 Min read
WhatsApp Image 2025-12-07 at 8.43.38 AM
Assamese

নৈশ ক্লাবত অৱসৰ বিনোদনতে প্ৰাণ গ'ল ২৩গৰাকীৰ... কিন্তু কেনেকৈ?

পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। গোৱাৰ নৈশ ক্লাবত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত চিৰ বিদায় ল'লে ২৩জন লোকে। ঘটনাত আহত ৫০ জন। বৰ্তমানেও হাহাকাৰ পৰিস্থিতি।
1 Min read
WhatsApp Image 2025-12-06 at 7.23.08 PM
Assamese

উচ্ছেদিতক টকা বিলাই সহায়ৰ হাত বিধায়ক আমিনুল ইছলামৰ

উচ্ছেদিতক ধন বিলালে বিধায়ক আমিনুল ইছলামে। ৰূপহীহাটৰ ভকতগাঁৱৰ উচ্ছেদস্থলীত উপস্থিত হৈ কৰিলে উচ্ছেদৰ বিৰোধিতা। 'মুছলমান হোৱাৰ বাবে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ কৰিছে ভকতগাঁৱত'। 'মুখ্যমন্ত্ৰী অসহিষ্ণু মানৱ, যাৰ বাবে মুছলমানক এনদৰে উচ্ছেদ চলাই আছে'।
1 Min read
Advertisment