Advertisment

২০২৬ত কিং মেকাৰ, '৩১ত আমি নিজেই গঠন কৰিম চৰকাৰঃ অখিল গগৈ

'২০২৬ত আমি কিং মেকাৰ হ'ব খোজো, '৩১ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজো'। 'ৰাইজৰ দলক নোলোৱাকৈ '২৬ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে'। '২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু অখিল গগৈৰ ৰাইজৰ দল। '২৬ত ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী বিধায়কগৰাকীৰ।

দৃঢ় বিশ্বাসী অখিল গগৈ! 

'২০২৬ত আমি কিং মেকাৰ হ'ব খোজো, '৩১ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজো'। 'ৰাইজৰ দলক নোলোৱাকৈ '২৬ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে'।

'২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু অখিল গগৈৰ ৰাইজৰ দল।

Advertisment

'২৬ত ৰাইজৰ দলৰ অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী বিধায়কগৰাকীৰ।