Assameseকৰুণ, পৱিত্ৰ মদিনালৈ গৈ মৃত্যু ৪২ ভাৰতীয়ৰ!পৱিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাৱহ ঘটনা। চৌদি আৰৱৰ মদিনাত প্ৰায় ৪২জন ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষ।Naba Gogoi Nov 17, 2025 11:28 IST 1/7পৱিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাৱহ ঘটনা 2/7চৌদি আৰৱৰ মদিনাত প্ৰায় ৪২জন ভাৰতীয়ৰ কৰুণ মৃত্যু 3/7ওমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষAdvertisment 4/7পৱিত্ৰ মক্কাৰ পৰা মদিনালৈ গৈ থকাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা 5/7দুৰ্ঘটনাৰ লগে লগে জ্বলি উঠে দুয়োখন বাহন। মৃতকৰ ভিতৰত মহিলা আৰু শিশুৰ সংখ্যা সৰ্বাধিক। 6/7ভয়ংকৰ দুৰ্ঘটনাত আন কেইবাজন গুৰুতৰভাৱে আহত 7/7দুৰ্ঘটনাগ্ৰস্ত বাছখনত থকা আটাইকেইজন তীৰ্থযাত্ৰী হায়দৰাবাদৰ বুলি তথ্য লাভAdvertismentAdvertisment Read the Next Article